কুৰাইশ্ব
From Wikipedia, the free encyclopedia
পৱিত্ৰ কোৰআন শ্বৰীফৰ ১০৬তম ছূৰা(অধ্যায়)ৰ বাবে, ছূৰা আল কুৰাইশ্ব চাওক।
কুৰাইশ্ব বংশ (আৰবী: قريش) কুৰাঈশ্ব বা কোৰায়েশ্ব (কুৰেশ্বি হিচাপেও পৰিচিত) আছিল আৰবৰ এক শক্তিশালী বণিক বংশ। এই বংশই মক্কাৰ অধিকাংশ অংশ আৰু কাবা নিয়ন্ত্ৰণ কৰিছিল। ইছলাম ধৰ্মৰ নবী মুহাম্মাদ কুৰাইশ্ব বংশৰ বনু হাছিম গোত্ৰত জন্মগ্ৰহণ কৰিছিল। [1]