কিৰা মুৰাট'ভা
From Wikipedia, the free encyclopedia
কিৰা সিঅৰ্হিয়ুইভনা মুৰাট'ভা (ইংৰাজী: Kira Heorhiyivna Muratova; ৫ নৱেম্বৰ ১৯৩৪ – ৬ জুন ২০১৮) ছ'ভিয়েট সংঘ আৰু ইউক্ৰেনীয়ানৰ এগৰাকী পুৰস্কাৰ প্ৰাপ্ত চলচ্চিত্ৰ পৰিচালিকা, চিত্ৰনাট্যকাৰ আৰু অভিনেত্ৰী আছিল। এই পূৰ্বোত্তৰৰ স্লাভিকিয় নামটোৰ পিতৃৰ ফালৰ নাম হয় জৰ্জিয়ুইভনা আৰু পৰিয়ালৰ নাম হয় কৰটক'ভা/মুৰাট’ভা। এওঁ অস্বাভাৱিক ধৰণৰ পৰিচালনাৰ বাবে বিখ্যাত আছিল। এওঁৰ চলচ্চিত্ৰসমূহ ছ'ভিয়েট সংঘত নিষিদ্ধ কৰা হৈছিল।[1] মুৰাট'ভাই তেওঁৰ প্ৰায়খিনি শিল্পকৰ্মৰ কাম ওডেচ্ছাতে কৰি কটালে। তেখেতে স্থানীয় অভিনেতা-অভিনেত্ৰীক লৈ চলচ্চিত্ৰবোৰো স্থানীয় ষ্টুডিয়তে তৈয়াৰ কৰিছিল।[2] এওঁৰ পিতৃ আৰু মাতৃ উভয়েই কমিউনিষ্ট বা সাম্যবাদী থকাৰ উপৰিও কমিউনিষ্ট দলৰ সকৃয় সদশ্য আছিল।
ক্ষিপ্ৰ তথ্য কিৰা মুৰাট'ভা, স্থানীয় নাম ...
কিৰা মুৰাট'ভা | |
---|---|
কিৰা মুৰাট'ভা ২০০৬ | |
স্থানীয় নাম | Кіра Георгіївна Муратова |
জন্ম | ৫ নৱেম্বৰ, ১৯৩৪ চ'ৰকা, ৰোম (বৰ্তমান ম'লদভা) |
মৃত্যু | ৬ জুন, ২০১৮ (৮৩ বছৰ) ওডেচ্ছা, ইউক্ৰেইন |
অন্য নাম | কিৰা জৰ্জিয়ুইভনা কৰটক'ভা |
পেচা | চলচ্চিত্ৰ পৰিচালিকা চিত্ৰনাট্যকাৰ |
সক্ৰিয় হৈ থকা সময় | ১৯৬১-২০১৮ |
বন্ধ কৰক