কাৰ্ল মাৰ্ক্স
জাৰ্মান দাৰ্শনিক / From Wikipedia, the free encyclopedia
কাৰ্ল হেনৰিখ মাৰ্ক্স (৫ মে' ১৮১৮ – ১৪ মাৰ্চ ১৮৮৩) এজন জাৰ্মান দাৰ্শনিক, অৰ্থনীতিবিদ, ইতিহাসবিদ, সমাজবিজ্ঞানী, ৰাজনৈতিক তত্ত্ববিদ, সাংবাদিক আৰু সমাজতান্ত্ৰিক বিপ্লৱী আছিল।
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
ক্ষিপ্ৰ তথ্য জন্ম, মৃত্যু ...
১৮৭৫ চনত মাৰ্ক্স | |
জন্ম | ০৫ মে', ১৮১৮ Trier, কিংডম অফ প্ৰুছিয়া, জাৰ্মান কনফেডাৰেচন |
---|---|
মৃত্যু | ১৪ মাৰ্চ, ১৮৮৩ (৬৪ বছৰ) লণ্ডন, ইংলেণ্ড |
যুগ | ১৯শ শতিকা |
অঞ্চল | পাশ্চত্য দৰ্শন, জাৰ্মান দৰ্শন |
ধাৰা | মাৰ্ক্সবাদ |
আগ্ৰহ | ৰাজনীতি, অৰ্থনীতি, দৰ্শন, সমাজবিজ্ঞান, ইতিহাস, শ্ৰেণী সংগ্ৰাম |
উল্লেখযোগ্য কৰ্ম | Surplus value, contributions to the labour theory of value, class struggle, alienation and exploitation of the worker, materialist conception of history |
প্ৰভাৱিত কৰে
| |
স্বাক্ষৰ |
বন্ধ কৰক