কাৰেংঘৰ
পিৰামিড আকৃতিৰ ৰাজমহল / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো গড়গাঁৱৰ কাৰেংঘৰৰ বিষয়ে। ৰংপুৰত অৱস্থিত কাৰেংঘৰৰ বাবে তলাতল ঘৰ চাওক।
কাৰেংঘৰ বা কা-ৰৌণ (ইংৰাজী: Kareng Ghar or Ka-Rwan) আহোম চাওফাসকলৰ দ্বাৰা নিৰ্মিত এটা পিৰামিড আকৃতিৰ ৰাজমহল। অসমৰ শিৱসাগৰ চহৰৰ পৰা ১৫ কিলোমিটাৰ পূবৰ গড়গাঁৱত অৱস্থিত।[1] ১৫৪০ চনত স্বৰ্গদেউ চুক্লেংমুঙে এই ঘৰটোৰ নিৰ্মাণ আৰম্ভ কৰিছিল।[2] তাৰ পাছত প্ৰমত্ত সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰে। ১৭৫২ চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতি হয়। সেয়ে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰায়।[1][3]
ক্ষিপ্ৰ তথ্য কাৰেংঘৰ, সাধাৰণ তথ্য ...
কাৰেংঘৰ | |
---|---|
শিৱসাগৰ জিলাৰ কাৰেং ঘৰৰ সন্মুখৰ অংশ | |
সাধাৰণ তথ্য | |
স্থাপত্য শৈলী | আহোম সাম্ৰাজ্যকালীন স্থাপত্য |
অৱস্থিতি | শিৱসাগৰ, অসম, ভাৰত |
স্থানাংক | 26.923611°N 75.826667°E / 26.923611; 75.826667 |
নিৰ্মাণ আৰম্ভ | ১৭৫১ |
প্ৰযুক্তিৰ বিৱৰণ | |
গঠন পদ্ধতি | ইটা আৰু থলুৱা ভাবে বনোৱা বিলাতী মাটি |
নক্সা আৰু নিৰ্মাণ | |
গ্ৰাহক | স্বৰ্গদেউ চুক্লেংমুং, ৰাজেশ্বৰ সিংহ |
বন্ধ কৰক