কলি (দেৱনাগৰী: कलि) হৈছে হিন্দু ধৰ্মীয় পৌৰাণিক কাহিনীত বৰ্ণিত এজন অসুৰ। তেওঁ কলিযুগত ৰাজত্ব কৰে আৰু হিন্দু পালনকাৰী দেৱতা বিষ্ণুৰ দশম তথা অন্তিম অৱতাৰ কল্কিৰ[1] প্ৰতিনিধি হিচাপে কাম কৰে।
ক্ষিপ্ৰ তথ্য কলি, দেৱনাগৰী ...
কলি |
---|
অধৰ্মৰ ব্যক্তিসত্তাকৰণ |
কলি অসুৰৰ চিত্ৰ |
দেৱনাগৰী |
कलि/कली |
---|
সংস্কৃত লিপ্যন্তৰ |
কলি |
---|
সম্পৰ্ক |
অসুৰ, অধৰ্ম |
---|
নিবাস |
নৰক |
---|
সঙ্গী |
দোৰুক্তি |
---|
সহোদৰ |
দোৰুক্তি |
---|
সন্তান |
দামবিষ্ণু নীৰাস্বতী বিষব্ৰহ্ম অলকেশ্মি |
বন্ধ কৰক