কপাহ
গছিপিয়াম গণৰ উদ্ভিদৰ পৰা আহৰণ কৰা উদ্ভিদৰ আঁহ / From Wikipedia, the free encyclopedia
কপাহ (ইংৰাজী: Cotton) হৈছে বিশ্বৰ ক্ৰান্তীয় আৰু উপ-ক্ৰান্তীয় অঞ্চলত স্থানীয়ভাবে দেখা পোৱা এবিধ উদ্ভিদৰ প্ৰজাতি। ই প্ৰধানকৈ আমেৰিকা, আফ্ৰিকা আৰু ভাৰতত বিস্তৃত হৈ আছে। বনৰীয়া কপাহৰ আটাইতকৈ বেছি বৈচিত্ৰ্য মেক্সিকো ত দেখা পোৱা যায়।[1]