কছবা উপজিলা
ব্ৰাহ্মণবাৰিয়া জিলাৰ এখন উপজিলা / From Wikipedia, the free encyclopedia
কছবা উপজিলা বাংলাদেশৰ ব্ৰাহ্মণবাৰিয়া জিলাৰ এটি প্ৰশাসনিক অঞ্চল আৰু উপজিলা।[2] ই বাংলাদেশৰ পূব-কেন্দ্ৰীয় অংশত অৱস্থিত।
ক্ষিপ্ৰ তথ্য কছবা কসবা, ৰাষ্ট্ৰ ...
কছবা কসবা |
|
---|---|
— উপজিলা — | |
ভৌগোলিক স্থানাংক: 23°44′N 91°10′E | |
ৰাষ্ট্ৰ | বাংলাদেশ |
বিভাগ | চিটাগং (চট্টগ্ৰাম ) |
জিলা | ব্ৰাহ্মণবাৰিয়া |
মাটিকালি[1] | |
- উপজিলা | ২০৯.৭৭ কি.মি.২ (৮১ বৰ্গ মাইল) |
- চহৰাঞ্চল | ১৬.৮৬ কি.মি.২ (৬.৫ বৰ্গ মাইল) |
জনসংখ্যা (২০১১)[1] | |
- উপজিলা | ৩,১৯,২২১ জন |
- জনঘনত্ব | ১,৫২১.৮ প্ৰতি বৰ্গ কি.মি. (৩,৯৪১.৪ প্ৰতি বৰ্গ মাইল) |
- চহৰাঞ্চল | ৪০,৪১৬ জন |
সময় অঞ্চল | বিএসটি (গ্ৰী.মা.স.+6) |
ৱেবছাইট | kasba |
বন্ধ কৰক