ওঙ্কাৰনাথ ঠাকুৰ
From Wikipedia, the free encyclopedia
পণ্ডিত ওঙ্কাৰ নাথ ঠাকুৰ (ইংৰাজী: Pandit Omkar Nath Thakur) এজন ভাৰতীয় সংগীত শিক্ষক, সংগীতবিদ আৰু হিন্দুস্তানী শাস্ত্ৰীয় গায়ক আছিল। গোৱালিয়ৰ ঘৰানাৰ শাস্ত্ৰীয় গায়ক বিষ্ণু দিগম্বৰ পালুস্কাৰৰ শিষ্য, তেওঁ লাহোৰৰ গন্ধৰ্ব মহাবিদ্যালয়ৰ অধ্যক্ষ হৈছিল, আৰু পিছত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সংগীত অনুষদৰ প্ৰথম ডিন হৈছিল।
এই প্ৰবন্ধত বৰ্তমান গুৰুত্বপূৰ্ণ সালসলনিৰ কাম চলি আছে। সম্পাদনা দ্বন্দ্ব এৰাই চলিবলৈ এই জাননী থকা পৰ্যন্ত ইয়াত কোনোধৰণৰ সম্পাদনা নকৰিব। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক। যদি এই প্ৰবন্ধত দুসপ্তাহৰ অধিক সময় কাম হোৱা নাই, তেনেহ'লে এই সাঁচটো আঁতৰাই দিব পাৰে। |
ক্ষিপ্ৰ তথ্য পণ্ডিত ওঙ্কাৰ নাথ ঠাকুৰ, জন্ম ...
পণ্ডিত ওঙ্কাৰ নাথ ঠাকুৰ | |
---|---|
জন্ম | ২৪ জুন ১৮৯৭ চনত গুজৰাট |
মৃত্যু | ২৮ ডিচেম্বৰ ১৯৬৭ চনত |
পেচা | সংগীত শিক্ষাবিদ, সংগীতবিদ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ধৰণ | হিন্দুস্তানী শাস্ত্ৰীয় সংগীত |
বন্ধ কৰক