এডমাণ্ড হেলি
From Wikipedia, the free encyclopedia
এডমাণ্ড হেলি (বা এডমণ্ড হেলি; ইংৰাজী: Edmond Halley[1] বা Edmund Halley[2]; ৮ নৱেম্বৰ, ১৬৫৬ – ২৫ জানুৱাৰী, ১৭৪২) আছিল এজন ক্ৰমে ইংৰাজী জ্যেতিৰ্বিদ, ভূ-পদাৰ্থবিদ, গণিতজ্ঞ, বতৰ বিজ্ঞানী আৰু পদাৰ্থ বিজ্ঞানী। হেলিৰ ধুমকেতুৰ কক্ষপথ গণনা কৰি উলিওৱাৰ বাবেই এডমাণ্ড হেলি বেছিকৈ বিখ্যাত। জন ফ্লেমষ্টীডৰ উত্তৰাধিকাৰ লাভ কৰি এডমাণ্ড হেলি ব্ৰিটেইনৰ দ্বিতীয়জন ৰাজকীয় জ্যোতিৰ্বিদ হৈছিল।
ক্ষিপ্ৰ তথ্য এডমাণ্ড হেলি, জন্ম ...
এডমাণ্ড হেলি | |
---|---|
ৰিচাৰ্ড ফিলিপছৰ দ্বাৰা অংকিত হেলিৰ চিত্ৰ | |
জন্ম | ৮ নৱেম্বৰ, ১৬৫৬ হেগাৰষ্টন, মিডিলচেক্স, ইংলেণ্ড |
মৃত্যু | ২৫ জানুৱাৰী, ১৭৪২ গ্ৰীণউইচ, কেণ্ট, ইংলেণ্ড |
জাতীয়তা | ইংৰাজী |
ক্ষেত্ৰ | জ্যোতিৰ্বিজ্ঞান, ভূ-পদাৰ্থ বিজ্ঞান, গণিত, বতৰ বিজ্ঞান, পদাৰ্থ বিজ্ঞান, মানচিত্ৰ অংকন বিদ্যা |
কৰ্মস্থান | অক্সফ'ৰ্ড বিশ্ববিদ্যালয় ৰাজকীয় মানমন্দিৰ, গ্ৰীণউইচ |
শিক্ষানুষ্ঠান | দ্য কুইনচ্ কলেজ, অক্সফ'ৰ্ড |
দাম্পত্যসঙ্গী | মেৰী টূকী |
সতি-সন্ততি | এডমণ্ড হেলি (d. ১৭৪১) মাৰ্গাৰেট (d. ১৭১৩) ৰিছেল (d. ১৭৪৮) |
বন্ধ কৰক