উত্তৰা
মহাভাৰতৰ চৰিত্ৰ / From Wikipedia, the free encyclopedia
উত্তৰা (ইংৰাজী: Uttara) আছিল মৎসদেশৰ ৰজা বিৰাটৰ কন্যা, য’ত পাণ্ডৱসকলে বনবাসৰ সময়ত সেই মৎসদেশতে এবছৰ সময় কটাইছিল৷ তেওঁ অৰ্জুন আৰু সুভদ্ৰাৰ পুত্ৰ অভিমন্যুৰ পত্নী[1] আৰু পৰীক্ষিতৰ মাতৃ আছিল। তেওঁৰ মাকৰ নাম আছিল সুদেষ্ণা।[2][1][3] তেওঁ উত্তৰ, স্বেতা আৰু শংকাৰ ভগ্নী আছিল।