ইব'লা ভাইৰাছ ৰোগ
From Wikipedia, the free encyclopedia
ইব'লা ভাইৰাছ ৰোগ বা ইব'লা ৰক্তক্ষৰিত ৰোগ (ইংৰাজী: Ebola virus disease (EVD বা Ebola hemorrhagic fever,EHF) ইব'লা নামৰ ভাইৰাছবিধৰ বাবে হোৱা মানুহৰ এটা ৰোগ। ইয়াৰ লক্ষণ সাধাৰণতে ভাইৰাছবিধ সংক্ৰমিত হোৱাৰ ২ দিনৰ পৰা তিনি সপ্তাহৰ ভিতৰত দেখা দিব পাৰে। এই ৰোগৰ প্ৰধান লক্ষণসমূহ হ’ল- জ্বৰ, ডিঙিৰ বিষ, মাংসপেশীৰ বিষ (Myalgia) আৰু মূৰৰ বিষ ৰোগে অগ্ৰগতি পোৱাৰ লগে লগে অন্যান্য লক্ষণ যেনে বমি, ডায়েৰিয়া আদিৰ পৰা যকৃৎ আৰু কিডনী বিকল হৈ পৰিব পাৰে। [1]
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
ক্ষিপ্ৰ তথ্য ইব'লা ভাইৰাছজনিত ৰোগ, আই.চি.ডি.-10 ...
ইব'লা ভাইৰাছজনিত ৰোগ | |
---|---|
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল | |
১৯৭৬ চনত Mayinga N'Seka নামৰ ইব'লা ৰোগীগৰাকীৰ ওচৰত দুগৰাকী নাৰ্চ থিয় হৈ থকা দৃশ্য। অভ্যন্তৰীণ ৰক্তক্ষৰণৰ বাবে তেওঁৰ কেইদিনমানৰ পাছতে মৃত্যু হয়। | |
আই.চি.ডি.-10 | A98.4 |
আই.চি.ডি.-9 | 065.8 |
ডিজিজেছ ডে'টাবে'ছ | 18043 |
মেডলাইন প্লাছ | 001339 |
ইমেডিচিন | med/626 |
MeSH | D019142 |
বন্ধ কৰক