আৰুচি নিশাংক
From Wikipedia, the free encyclopedia
আৰুশি নিশাংক পণ্ট (ইংৰাজী: Arushi Nishank Pant, জন্ম-১৭ ছেপ্টেম্বৰ ১৯৮৬) হৈছে এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী আৰু পৰিৱেশবিদ৷ তেখেত দেৰাডুনস্থিত হিমালয়ান আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ৷[1][2][3]
এই প্ৰবন্ধটো আৰুচি নাশিক নামৰ প্ৰবন্ধৰ লগত একত্ৰিত কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। (আলোচনা) |
ক্ষিপ্ৰ তথ্য আৰুচি নিশাংকArushi Nishank, জন্ম ...
আৰুচি নিশাংক Arushi Nishank | |
---|---|
জন্ম | আৰুচি পোখৰিয়াল ১৭ ছেপ্টেম্বৰ, ১৯৮৬ (৩৭ বছৰ) কটদ্বাৰা, উত্তৰাখণ্ড, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা আন্তৰ্জাতিক কেমব্ৰিজ পিজিডিএম |
পেচা | ভাৰতীয় লোক নৃত্যশিল্পী |
সক্ৰিয় হৈ থকা সময় | ২০০০-বৰ্তমান |
দাম্পত্যসঙ্গী | অভিনৱ পণ্ট (বি. ২০১৫) |
বন্ধ কৰক