আজাদ কাশ্মীৰ দিৱস
From Wikipedia, the free encyclopedia
প্ৰত্যেক বছৰে ২৪ অক্টোবৰত আজাদ কাশ্মীৰ দিৱস (یوم تاسیس)পালন কৰা হয়। ১৯৪৭ চনত ৰাজ্যখন স্থাপন হোৱা দিনটো আজাদ কাশ্মীৰ দিৱস হিচাপে স্মৰণ কৰা হয়।[1]