আকিৰা কুৰোছাৱা
জাপানৰ চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু সম্পাদক / From Wikipedia, the free encyclopedia
আকিৰা কুৰোছাৱা (ইংৰাজী: Akira Kurosawa জন্ম:২৩ মাৰ্চ, ১৯১০ -- মৃত্যু: ৬ ছেপ্টেম্বৰ, ১৯৮৮), জাপানৰ চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু সম্পাদক। জাপানৰ চলচিত্ৰক বিশ্বদৰবাৰত পৰিচয় কৰাই দিয়াৰ উপৰিও বিশ্বৰ চিনেমা ইতিহাসত কুৰোছাৱা এটা লেখত লবলগীয়া নাম। কাৰ্য্যৰত ৫৭-টা বছৰত তেখেতে ৩০ খন চলচিত্ৰ নিৰ্মান কৰে।
ক্ষিপ্ৰ তথ্য আকিৰা কুৰোছাৱা黒澤 明 or 黒沢 明, জন্ম ...
আকিৰা কুৰোছাৱা 黒澤 明 or 黒沢 明 | |
---|---|
জন্ম | ২৩ মাৰ্চ, ১৯১০ শ্বিনাগাৱা, ট'কিঅ', জাপান |
মৃত্যু | ৬ ছেপ্টেম্বৰ, ১৯৮৮ ছেটাগাৱা, ট'কিঅ', জাপান |
পেচা | চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ সম্পাদক |
সক্ৰিয় হৈ থকা সময় | ১৯৩৬-১৯৯৩ |
দাম্পত্যসঙ্গী | য়'ক' য়াগুচি (১৯৪৫-১৯৮৫); দুগৰাকী সন্তান |
বন্ধ কৰক