অষ্ট্ৰেলিয়া
From Wikipedia, the free encyclopedia
অষ্ট্ৰেলিয়া (ইংৰাজী: Australia; স্থানীয় উচ্চাৰণ আ-ধ্ব-ব-তে /ə.ˈstɹæɪ.ljə/, /ə.ˈstɹæɪ.liː.ə/ বা /ə.ˈstɹæɪ.jə/) এখন দ্বীপ-মহাদেশ। ই এচিয়াৰ দক্ষিণ-পূবত ওচেনিয়া অঞ্চলত অৱস্থিত। অষ্ট্ৰেলিয়াৰ মূল ভূ খণ্ড আৰু দক্ষিণৰ তাছমেনিয়া দ্বীপ লৈ এই কমনৱেল্থ অফ অষ্ট্ৰেলিয়া গঠিত হৈছে। দেশখনৰ উত্তৰে টিমুৰ সাগৰ, আৰাফুৰা সাগৰ, আৰু টৰেচ প্ৰণালী; পূবে প্ৰবাল সাগৰ আৰু তাছমান সাগৰ; দক্ষিণে ব্যাস প্ৰণালী আৰু পশ্চিমে ভাৰত মহাসাগৰ। অষ্ট্ৰেলিয়াৰ চুবুৰীয়া দেশসমূহৰ ভিতৰত উত্তৰে পাপুৱা নিউগিনি, ইণ্ডোনেছিয়া আৰু পূৱ টিমুৰ; ছলমন দ্বীপপুঞ্জ আৰু ভানুৱাটু আছে উত্তৰ-পূবত আৰু দক্ষিণ-পূবত নিউজিলেণ্ড অৱস্থিত। দেশখন পূব-পশ্চিমে প্ৰায় ৪০০০ কিমি আৰু উত্তৰ-দক্ষিণে প্ৰায় ৩৭০০ কিমি দৈৰ্ঘ্যৰ। অষ্ট্ৰেলিয়া বিশ্বৰ ক্ষুদ্ৰতম মহাদেশ আৰু ৬ষ্ঠ বৃহত্তম দেশ। অষ্ট্ৰেলিয়াৰ ৰাজধানী কানবেৰা; আনহাতে ছিডনী হৈছে বৃহত্তম চহৰ। এই দুই চহৰ দক্ষিণ-পূব অষ্ট্ৰেলিয়াত অৱস্থিত।
কমনৱেল্থ অব অষ্ট্ৰেলিয়া অষ্ট্ৰেলিয়া
|
||||||
---|---|---|---|---|---|---|
ৰাষ্ট্ৰীয় সঙ্গীত এডভান্চ অষ্ট্ৰেলিয়া ফেয়াৰ[2] |
||||||
ৰাজধানী | কানবেৰা | |||||
বৃহত্তম নগৰ | ছিডনী | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | ইংৰাজীN2 | |||||
জাতীয়তাসূচক বিশেষণ | Australian, Aussie[3][4] | |||||
চৰকাৰ | Federal parliamentary democracy and constitutional monarchy, see Government of Australia | |||||
- | Monarch | Queen Elizabeth II | ||||
- | Governor-General | Quentin Bryce | ||||
- | Prime Minister | স্কট মৰিছন | ||||
Independence | from the United Kingdom | |||||
- | Constitution | 1 January 1901 | ||||
- | Statute of Westminster | 11 December 1931 | ||||
- | Statute of Westminster Adoption Act | 9 October 1942 (with effect from 3 September 1939) | ||||
- | Australia Act | 3 March 1986 | ||||
মাটিকালি | ||||||
- | মুঠ | ৭৬,১৭,৯৩০ বৰ্গ কিমি (6th) ২৯,৪১,২৯৯ বৰ্গ মাইল |
||||
জনসংখ্যা | ||||||
- | 2024 আনুমানিক | এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৫"[5] (৫৩rd) | ||||
- | ২০০৬ লোকপিয়ল | ১,৯৮,৫৫,২৮৮'"`UNIQ--ref-০০০০০০০৫-QINU`"' | ||||
জিডিপি (পিপিপি) | 2009 আনুমানিক | |||||
- | মুঠ | $851.170 billion[6] | ||||
- | জনমুৰি | $38,910[6] | ||||
জিডিপি (নামমাত্ৰ) | 2010 আনুমানিক | |||||
- | মুঠ | $1.193 trillion[6] | ||||
- | জনমুৰি | $53,862[6] | ||||
মানৱ উন্নয়ন সূচক (2007) | 0.970[7] (very high) (2nd) | |||||
মুদ্ৰা | অষ্ট্ৰেলিয় ডলাৰ (AUD ) |
|||||
সময় অঞ্চল | variousN3 (ইউটিচি+8 to +10.5) | |||||
- | গ্ৰীষ্মকালীন (ডিএছটি) | variousN3 (ইউটিচি+8 to +11.5) | ||||
গাড়ী চলোৱা হয় | বাঁওফালে | |||||
ইণ্টাৰনেট টিএলডি | .au | |||||
কলিং ক'ড | ++61 |